10 versículos inspiradores para compartilhar no dia da mulher e homenageá-las
O Dia Internacional da Mulher é uma data especial para reconhecer o valor, a força e a sabedoria das mulheres. A Bíblia é repleta de versículos que exaltam o papel feminino e destacam sua importância na sociedade e na fé.
Separamos 10 versículos para inspirar e homenagear as mulheres neste dia tão significativo.
1. Provérbios 31:25
তেওঁ বল আৰু সন্মানেৰে পোচাক পিন্ধে;
তেওঁ আহিব লগা দিনৰ বাবে নিশ্চিন্ত হৈ হাঁহে।
2. Provérbios 31:30
সৌন্দৰ্য বিভ্রান্তিকৰ, লাৱণ্য মূল্যহীন,
কিন্তু যিহোৱালৈ ভয় ৰখা মহিলা প্ৰশংসনীয়।
3. Juízes 4:4
সেই সময়ত লপ্পীদোতৰ ভাৰ্যা দবোৰা নামৰ এগৰাকী মহিলা ভাববাদী আছিল। তেওঁ তেতিয়া ইস্ৰায়েলৰ বিচাৰকর্তা আছিল।
4. Salmos 46:5
ঈশ্বৰ সেই নগৰৰ মাজত থাকে; সেয়ে তাই বিচলিত নহ’ব।
অতি পুৱাতেই ঈশ্বৰে তাইক সহায় কৰিব।
5. Gênesis 1:27
তেতিয়া ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰে মানুহ সৃষ্টি কৰিলে; ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰেই মানুহ সৃষ্টি কৰিলে; তেওঁ তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে।
6. Lucas 1:45
তুমি ধন্যা; কিয়নো প্ৰভুৱে তোমাক যি যি কথা কৈছিল, সেই সকলো সিদ্ধ হব বুলি তুমি বিশ্বাস কৰিলা।"
7. 1 Pedro 3:3-4
কেশ-বেশ আৰু সোণৰ অলঙ্কাৰ পিন্ধা বা নানা বস্ত্ৰ পৰিধান; এনে বাহ্যিক ভূষণ আপোনালোকৰ নহওক। কিন্তু আপোনালোকৰ হৃদয়ত নিৰ্দোষীৰূপে চিৰস্থায়ী হৈ থকা শান্ত আৰু নম্ৰ আত্মা আপোনালোকৰ ভূষণ হোৱা উচিত, এয়াই ঈশ্বৰৰ দৃষ্টিত মহা মূল্যৱান��
8. Provérbios 14:1
জ্ঞানৱতী মহিলাই নিজৰ ঘৰ নিৰ্মাণ কৰে;
কিন্তু অজ্ঞানী মহিলাই নিজৰ হাতেৰে তাক ভাঙি পেলায়।
9. Cantares de Salomão 4:7
মোৰ প্ৰিয়া, তুমি সৰ্ব্বাঙ্গ-সুন্দৰী;
তোমাত কোনো খুঁত নাই।
10. Êxodo 15:20
তেতিয়া হাৰোণৰ বায়েক মিৰিয়ম ভাববাদিনীয়ে তেওঁৰ হাতত খঞ্জৰি ল’লে; আৰু তেওঁৰ পাছে পাছে আন আন মহিলাসকলেও হাতত খঞ্জৰি লৈ, নাচি নাচি ওলাই গ’ল।
Estes versículos mostram a importância e o papel especial que Deus deu às mulheres. Compartilhe com aquelas que fazem diferença na sua vida e abençoe-as com essas palavras de fé e encorajamento.
Se esse conteúdo te ajudou, compartilhe a Palavra de Deus com seus amigos e familiares.