7 ensinamentos de Jesus para uma vida plena
Jesus nos deixou ensinamentos que transformam vidas e podemos acompanhar diversos momentos em que isso foi mostrado na Bíblia. Veja a seguir 7 ensinamentos Cristo que podem trazer paz e plenitude espiritual.
Lista de ensinamentos:
1. Mateus 22:37-39
যীচুৱে তেওঁক ক’লে, "‘তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা��’ এইটোৱেই প্ৰধান আৰু প্ৰথম আজ্ঞা। এইদৰে দ্বিতীয়টো আজ্ঞা হ’ল- ‘তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা’।
2. Mateus 18:21-22
তেতিয়া পিতৰে যীচুৰ ওচৰলৈ আহি তেওঁক ক’লে, "হে প্ৰভু, মোৰ ভায়ে মোৰ অহিতে কিমান বাৰ পাপ কৰিলে মই তেওঁক ক্ষমা কৰিম? সাত বাৰলৈকে নে?" যীচুৱে তেওঁক ক’লে, "সাত বাৰলৈকে বুলি মই তোমাক নকওঁ; কিন্তু সাত সত্তৰ গুণ বাৰ বুলিহে কওঁ।
3. Mateus 5:44
কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুক প্ৰেম কৰিবা আৰু তোমালোকক তাড়না কৰা সকলৰ বাবে প্ৰাৰ্থনা কৰিবা,
4. Mateus 7:1
লোকৰ বিচাৰ কৰাৰ বিষয়ে যীচুৰ শিক্ষা
তোমালোকে অন্য লোকৰ সোধ-বিচাৰ নকৰিবা, তেতিয়াহে তোমালোকৰো বিচাৰ কৰা নহ’ব।
5. Mateus 6:33
কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।
6. Mateus 23:12
যি কোনোৱে নিজকে নিজে বৰ বুলি মানিব, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে নিজে সৰু বুলি মানিব, তেওঁক বৰ কৰা হ’ব।
7. João 14:1
"তোমালোকৰ হৃদয় ব্যাকুল নহওক�� ঈশ্বৰত বিশ্বাস কৰা আৰু মোকো বিশ্বাস কৰা।
Esses versículos te ajudaram? Então compartilhe esses ensinamentos de Jesus com seus amigos e ajude a espalhar a palavra de Cristo.
Deus abençoe!