Pular para o conteúdo
Publicidade

1 কৰিন্থীয়া 2:9,10

9 কিন্তু সেই গুপ্ত জ্ঞানৰ বিষয়ে এইদৰে লিখা আছে,

‘চকুৱে যি যি নেদেখিলে,

কাণে যি যি নুশুনিলে,

মনেও যি নাভাবিলে,

সেই সকলো ঈশ্বৰক যি সকলে প্ৰেম কৰে,

সেই সকলৰ বাবে তেওঁ যুগুত কৰিলে’, 2:9 যিচয়া 64:4

10 কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই সেইবোৰ আমাৰ আগত প্ৰকাশ কৰিলে; কাৰণ আত্মাই সকলো বিষয়ৰ অনুসন্ধান কৰে; এনে কি, ঈশ্বৰৰ নিগূঢ়তত্ত্বৰো অনুসন্ধান কৰে।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.