Pular para o conteúdo
Publicidade

1 কৰিন্থীয়া 6:12,13

12 "মোলৈ সকলো বিধান সন্মত", কিন্তু সকলোৱেই হিতজনক নহয়। সকলো কৰিবলৈ মোৰ অধিকাৰ6:12 সকলো কৰিবলৈ মোৰ অধিকাৰ অৰ্থাৎ মোলৈ সকলো অবাধ আছে, কিন্তু একোৰে মই দাস নহ’ম। 13 "পেটৰ কাৰণেই আহাৰ; আহাৰৰ কাৰণেও পেট"; কিন্তু ঈশ্বৰে এই দুয়োকো লোপ কৰিব। তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে আৰু প্রভুও শৰীৰৰ কাৰণেহে;

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.