24 কাৰণ
মৰ্ত্ত্যমাত্ৰেই তৃণ সদৃশ আৰু তাৰ সকলো গৌৰৱ তৃণৰ ফুল সদৃশ।
তৃণ শুকাই আৰু ফুলো সৰে;
25 কিন্তু প্ৰভুৰ বাক্য চিৰকাল থাকে;1:25 যিচ 10:6-8
যি বাক্য আপোনালোকৰ আগত প্ৰচাৰ কৰা হ’ল, এয়ে সেই শুভবাৰ্তাৰ বাক্য।