Publicidade

1 Pedro 2

9 কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে যাতে, যি জনে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, আপোনালোকে যেন তেওঁৰ সদগুণ প্ৰকাশ কৰে�� এই কাৰণে

10 আগেয়ে আপোনালোক প্ৰজা নাছিল,

কিন্তু এতিয়া ঈশ্বৰৰ প্ৰজা হ’ল;

দয়াৰ পাত্ৰ নাছিল,

কিন্তু এতিয়া দয়াৰ পাত্ৰ হ’ল।

Veja também

Publicidade
1 Pedro
Ver todos os capítulos de 1 Pedro
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-22_10-02-25-