18 খ্ৰীষ্টয়ো সেই পাপৰ সম্বন্ধে এবাৰ দূখ-ভোগ কৰিলে�� আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ, অধাৰ্মিক সকলৰ কাৰণে ধাৰ্মিক জনে, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখভোগ কৰিলে; তেওঁ মাংসত হত হ’ল, কিন্তু আত্মাত হ’লে পুনৰ্জীৱিত হ’ল; 19 সেই আত্মাৰে তেওঁ গ’ল আৰু এতিয়া কাৰাগাৰত 3:19 কাৰাগাৰত কয়দতথকা আত্মাবোৰৰ ওচৰত গৈ প্রচাৰ কৰিলে��