3 তোমালোকে অহঙ্কাৰেৰে পুনৰ কথা নক’বা,
তোমালোকৰ মুখৰ পৰা দৰ্পৰ কথা নোলাওক��
কিয়নো যিহোৱা সৰ্ব্বজ্ঞানী ঈশ্বৰ হয়,
তেওঁৰ দ্বাৰাই কাৰ্যবোৰ তৰ্জুত জোখা হয়।
3 তোমালোকে অহঙ্কাৰেৰে পুনৰ কথা নক’বা,
তোমালোকৰ মুখৰ পৰা দৰ্পৰ কথা নোলাওক��
কিয়নো যিহোৱা সৰ্ব্বজ্ঞানী ঈশ্বৰ হয়,
তেওঁৰ দ্বাৰাই কাৰ্যবোৰ তৰ্জুত জোখা হয়।