16 আৰু একেলগে আমি একমত হৈ কওঁ যে,
"ভক্তিৰ নিগূঢ় সত্য অতি মহান৷
তেওঁ মাংসত প্ৰকাশিত হ’ল,
আত্মাত ধাৰ্মিক বুলি গণিত কৰা হ’ল,
দূতবোৰৰ দ্বাৰাই দেখা পোৱা গ’ল,
অন্যান্য জাতি সকলৰ আগত ঘোষণা কৰা হ’ল,
জগতত বিশ্বাস কৰা হ’ল,
প্ৰতাপত তুলি নিয়া হ’ল।"
16 আৰু একেলগে আমি একমত হৈ কওঁ যে,
"ভক্তিৰ নিগূঢ় সত্য অতি মহান৷
তেওঁ মাংসত প্ৰকাশিত হ’ল,
আত্মাত ধাৰ্মিক বুলি গণিত কৰা হ’ল,
দূতবোৰৰ দ্বাৰাই দেখা পোৱা গ’ল,
অন্যান্য জাতি সকলৰ আগত ঘোষণা কৰা হ’ল,
জগতত বিশ্বাস কৰা হ’ল,
প্ৰতাপত তুলি নিয়া হ’ল।"
+581 estão orando agora.
Junte-se à corrente de oração.