17 যি যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচালনা কৰে, বিশেষকৈ যি সকলে বাক্য আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁলোক দুগুণ সমাদৰৰ যোগ্য-পাত্ৰ বুলি গণিত হওক। 18 কিয়নো ধৰ্মশাস্ত্ৰত কৈছে5:18 দ্বি বি 25:4; লূক 10:7 "মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিবা" আৰু "বনুৱা নিজ বেচৰ যোগ্য।"
Publicidade
1 তীমথিয় 5
Estes versículos te tocaram? Ore agora!
+581 estão orando agora.
Junte-se à corrente de oração.