Pular para o conteúdo
Publicidade

1 তীমথিয় 6:6-8

6 কিন্তু যি কৰিবা, আচলতে সন্তুষ্ট মনেৰে কৰিবা; কিয়নো ঈশ্বৰভক্তিতে সকলো লাভ বিলীন হৈ থাকে।6:6 গীত 37:16; হিতো 15:16, 17; 1 তী 4:8; ইব্ৰী 13:5 7 আমি এই জগতলৈ একোকে অনা নাই আৰু ইয়াৰ পৰা একো লৈ যাবও নোৱাৰোঁ৷ 8 সেই বাবে আমি অন্ন-বস্ত্ৰতে সন্তুষ্ট হব লাগে৷

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.