যীচু খ্রীষ্টৰ পুণৰাগমণ
13 হে ভাইসকল, যিসকল লোক নিদ্রিত4:13 সাধাৰণ অৰ্থত-মৃত্যু হ’ল তেওঁলোকৰ কি হ’ব সেই সম্বন্ধে আপোনালোকে একো নজনাকৈ থকাটো আমি নিবিচাৰোঁ; কাৰণ আশাহীন অন্য লোকৰ নিচিনাকৈ আপোনালোক শোকাকুল হোৱাটো আমি নিবিচাৰোঁ।

+581 estão orando agora.
Junte-se à corrente de oração.