1যি জনক মই সত্যৰে প্ৰেম কৰোঁ, সেই জন প্ৰিয় পৰিচাৰক গায়ৰ সমীপলৈ৷
2হে প্ৰিয়জন, আপোনাৰ জীৱাত্মা যেনে কুশলপ্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে আপোনাৰ কুশল আৰু সু-স্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা।
15আপোনাৰ শান্তি হওক। আপোনাৰ বন্ধু সকলে1:15 যোহনৰ লগত থকা গায়কৰ বন্ধু সকল৷ আপোনাক সম্ভাষণ জনাইছে। আপুনিও আপোনাৰ বন্ধু সকলক1:15 গায়কৰ সতে থকা বন্ধু সকল৷ মোৰ নামেৰে সম্ভাষণ জনাব৷