4ধৈৰ্যই বক্তিত্ব গঠন কৰে আৰু ব্যক্তিত্বই আশা জন্মায় ৷
Resultados da busca por "esperança"
5 resultados encontrados
- Capítulo 5
Romanos 5
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019Mostrando versículo 4 de 21 - Capítulo 13
Provérbios 13
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019Mostrando versículos 2–15 de 252মানুহে নিজৰ মুখৰ ফলৰ দ্বাৰাই মঙ্গল ভোগ কৰে;কিন্তু বিশ্বাসঘাতকে অত্যাচাৰলৈ অভিলাষ কৰে।
12যেতিয়া আশা সিদ্ধ হ’বলৈ পলম হয়, তেতিয়া হৃদয় ভাগি পৰে;কিন্তু আকাংক্ষা সিদ্ধ হোৱাই জীৱনৰ বৃক্ষৰ দৰে।
15ভাল অন্তদৃষ্টিয়ে অনুগ্ৰহ জয় কৰে;কিন্তু বিশ্বাস-ঘাতকসকলৰ পথ দুৰ্গম।
- Capítulo 6
Hebreus 6
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019Mostrando versículos 12–19 de 2012আপোনালোক এলেহুৱা হোৱাটো আমি নিবিচাৰোঁ। আমি বিচাৰো, যি সকলে বিশ্বাস আৰু ধৈর্যৰ দ্বাৰাই ঈশ্বৰৰ বিধান সমূহ লাভ কৰে, আপোনালোক তেওঁলোকৰ অনুকাৰী হওক।
15তাতে অব্রাহামে ধৈর্যেৰে অপেক্ষা কৰিলে আৰু পাছত তেওঁ সেই প্ৰতিজ্ঞাৰ ফল পালে।
19আমাৰ যি আশা আছে, সেই আশা আমাৰ আত্মাৰ লঙ্গৰ স্বৰূপ; সেয়ে নিশ্চিত আৰু দৃঢ়। সেই আশাই আঁৰ-কাপোৰৰ ভিতৰ ফালে মন্দিৰৰ মহা পবিত্র স্থানত আমাক প্রৱেশ কৰায়।
- Capítulo 17
Jó 17
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019Mostrando versículos 13–16 de 1613যদি চিয়োলেই মোৰ ঘৰ হ’ব বুলি মই অপেক্ষা কৰিছোঁ,যদি আন্ধাৰত মোৰ শয্যা পাৰিছোঁ,
15তেনেহ’লে মোৰ আশা ক’ত?আৰু মোৰ আশাক নো কোনে দেখা পাব?
16আশাৰ সৈতে নামি গৈ মই চিয়োলৰ দুৱাৰমুখ পামকেতিয়া ধূলিত গৈ জিৰণী পাম?"
- Capítulo 18
Josué 18
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019Mostrando versículos 22–26 de 2822বৈৎ-অৰাবা, চমাৰয়িম, বৈৎএল।
23অব্বীম, পাৰা, অফ্ৰা,
26মিস্পী, কফীৰা, মোচা,