23 হে মোৰ পূৰ্বপুৰুষ পিতৃসকলৰ ঈশ্বৰ, মই আপোনাৰ ধন্যবাদ আৰু প্ৰশংসা কৰিছোঁ;
কাৰণ আপুনি মোক প্রজ্ঞা আৰু শক্তি দিলে।
আমি প্রাৰ্থনাত আপোনাৰ পৰা যি বিচাৰিছিলোঁ; এতিয়া আপুনি মোক জনালে;
ৰজাৰ চিন্তনীয় বিষয় আপুনি আমাক জনালে।"