2 সৰ্বোপৰি ঈশ্বৰে মোৰ বাবে যি অদ্ভুত লক্ষণ আৰু আচৰিত কাৰ্য দেখুৱালে, সেই সকলোকে মই প্ৰচাৰ কৰা উচিত বুলি ভবিলোঁ।
3 তেওঁৰ অদ্ভুত লক্ষণবোৰ কেনে মহৎ!
আৰু তেওঁৰ আচৰিত কাৰ্যবোৰ কেনে পৰাক্রমী!
তেওঁৰ ৰাজ্য চিৰকলীয়া ৰাজ্য,
আৰু তেওঁৰ ৰাজত্ব পুৰুষানুক্ৰমে থাকে।"