26 মই এই আজ্ঞা কৰিছোঁ যে, মোৰ ৰাজ্যৰ সকলো ঠাইৰ লোকসকলে দানিয়েলৰ ঈশ্বৰৰ সাক্ষাতে কম্পমান হওক; আৰু তেওঁক ভয় কৰক;
কাৰণ তেওঁ জীৱন্ত ঈশ্বৰ, আৰু চিৰকাললৈকে থাকে;
আৰু তেওঁৰ ৰাজ্য উচ্ছন্ন নহ’ব,
তেওঁৰ ৰাজত্ব শেষলৈকে থাকিব।

+581 estão orando agora.
Junte-se à corrente de oração.