12 বিন্যামীনৰ বিষয়ে মোচিয়ে ক’লে,
"যিহোৱাই যাক প্রেম কৰে,
বিন্যামীন তেওঁৰ ওচৰত নিৰ্ভয়ে থাকে;
যিহোৱাই ওৰে দিনটো তেওঁক আৱৰি ৰাখে,
আৰু তেওঁ যিহোৱাৰ দুই বাহুৰ মাজত বাস কৰে।"
12 বিন্যামীনৰ বিষয়ে মোচিয়ে ক’লে,
"যিহোৱাই যাক প্রেম কৰে,
বিন্যামীন তেওঁৰ ওচৰত নিৰ্ভয়ে থাকে;
যিহোৱাই ওৰে দিনটো তেওঁক আৱৰি ৰাখে,
আৰু তেওঁ যিহোৱাৰ দুই বাহুৰ মাজত বাস কৰে।"