Publicidade

Hebreus 13

5 আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে,

মই তোমাক কেতিয়াও

নেৰিম, কেতিয়াও

ত্যাগ নকৰিম।

6 এতেকে আমি সাহসেৰে ক’ব পাৰোঁ যে,

প্ৰভু মোৰ সহায়কৰ্তা;

মই ভয় নকৰিম;

মানুহে মোক কি

কৰিব?

Veja também

Publicidade
Hebreus
Ver todos os capítulos de Hebreus
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-22_10-02-25-