6 কিন্তু ইয়াৰ পৰিৱর্তে, কোনো এজনে কোনো এঠাইত এই সাক্ষ্য দি কৈছে,
"মানুহনো কি, তুমি যে তেওঁক সোঁৱৰণ কৰা? অথবা
মানুহৰ সন্তানেই বা কি, তুমি যে তেওঁলৈ দৃষ্টি কৰা?