15 এই বিষয়ে ইয়াকে কোৱা হৈছে,
"আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা,
তেনেহলে তোমালোকৰ হৃদয় কঠিন নকৰিবা,
যেনেকৈ ইস্ৰায়েলী সকলে সেই বিদ্ৰোহৰ দিনত কৰিছিল।" 3:15 গীত 95:95:7-8