41 তেওঁ প্ৰথমতে তেওঁৰ ককায়েক চিমোনক লগ পাই ক’লে, "আমি মচীহক অৰ্থাৎ খ্ৰীষ্টক দেখা পালোঁ।"
42 আন্দ্রিয়ই চিমোনক যীচুৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলৈ চাই ক’লে, "তুমি যোহনৰ পুতেক চিমোন, তোমাক কৈফা বুলি মতা হব।" "কৈফা" নামৰ অৰ্থ ‘পিতৰ’ অৰ্থাৎ শিল।

+581 estão orando agora.
Junte-se à corrente de oração.