16 যীচুৱে তেওঁক ক’লে, "অ’, মৰিয়ম��" তেতিয়া মৰিয়মে মূখ ঘূৰাই ইব্ৰী ভাষাৰে ক’লে "ৰব্বুণি" ইয়াৰ অৰ্থ, ‘হে গুৰু��’ 18 তেতিয়া মগ্দলীনী মৰিয়ম গ’ল আৰু শিষ্য সকলক এই সম্বাদ দিলে যে, "মই প্ৰভুক দেখিলোঁ��" মৰিয়মে তেওঁলোকক জনালে যে ‘তেৱেঁই মোক এই কথা ক’বলৈ ক’লে’।
Publicidade