27 তেতিয়া তেওঁ থোমাক ক’লে, "ইয়াত তোমাৰ আঙুলি দি, মোৰ হাত চোৱা; আৰু তোমাৰ হাত মেলি, মোৰ কোষত সুমুউৱা�� অবিশ্বাসী নহৈ বিশ্বাসকাৰী হোৱা।"
28 থোমাই উত্তৰ দি তেওঁক ক’লে, "হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ!"