66 ইয়াৰ পাছতে তেওঁৰ শিষ্য সকলৰ মাজৰ অনেক উলটি গ’ল; তেওঁৰ লগত পুনৰ অহা-যোৱা নকৰিলে। 67 যীচুৱে তেতিয়া সেই বাৰ জন পাঁচনিক ক’লে, "তোমালোকেও যাবলৈ ইচ্ছা কৰা নে?" 68 চিমোন পিতৰে তেওঁক উত্তৰ দিলে, "প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথা আপোনাৰ ওচৰতহে আছে।
Publicidade
যোহনে লিখা শুভবাৰ্তা 6:66-68
Estes versículos te tocaram? Ore agora!
+581 estão orando agora.
Junte-se à corrente de oração.