যোহন বাপ্তাইজকৰ জন্মৰ বিষয়ে স্বর্গৰ দূতে জনোৱা
5 যিহুদীয়াৰ ৰজা হেৰোদৰ দিনত পুৰোহিত 1:5 ‘অবিয়ৰ দল’- পুৰোহিতৰ দল। ইহুদী পুৰোহিত সকল 24 টা দলত বিভক্ত আছিল। 1 বংশাৱলী 24।অবিয়ৰ দলত জখৰিয়া নামেৰে এজন পুৰোহিত আছিল; জখৰিয়াৰ ভার্যা এলীচাবেৎ হাৰোণৰ বংশৰ আছিল।