37 পাছত তেওঁ যিৰূচালেমৰ ওচৰ আহি পাওঁতে জৈতুন পৰ্বতৰ পৰা নামি যোৱা ঠাইত, গোটেই শিষ্য সকলে, যি যি পৰাক্ৰম কাৰ্য দেখিছিল, তাৰ কাৰণে বৰ মাতেৰে ঈশ্বৰৰ স্তুতি কৰি আনন্দ কৰিবলৈ ধৰিলে, 38 আৰু ক’লে, "প্ৰভুৰ নামেৰে যি জন ৰজা আহিছে, 19:38 গীত 11:26, লূক 13:35 তেওঁ ধন্য! স্বৰ্গত শান্তি, 19:38 লূক 2:14; ইফি 2:14 আৰু উৰ্দ্ধলোকত মহিমা হওক!"
Publicidade
লূকে লিখা শুভবার্তা 19
Estes versículos te tocaram? Ore agora!
+581 estão orando agora.
Junte-se à corrente de oração.