22 কিন্তু বিধানৰ মতে আমি চীজাৰক কৰ দিব পায় নে নাপায়?"
23 যীচুৱে তেওঁলোকৰ চতুৰালি বুজি তেওঁলোকক ক’লে, 24 "মোক এটা আধলি 20:24 আধলি দীনাৰদেখুওঁৱা। ইয়াত কাৰ প্ৰতিমূৰ্তি আৰু নাম দিয়া আছে?" তেওঁলোকে ক’লে, "চীজাৰৰ।"
25 তেতিয়া তেওঁ তেওঁলোকক ক’লে, "তেনেহলে যি চীজাৰৰ, সেই চীজাৰক দিয়া আৰু যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া।"