40 কিন্তু আনজনে সেই দুষ্কৰ্মীক ডবিয়াই ক’লে, "তুমি একেই দণ্ডত থাকিও ঈশ্বৰলৈ ভয় নকৰা নে? 41 আমি হলে ন্যায় দণ্ডৰ যোগ্য-পাত্ৰ; আমি নিজ নিজ কর্মৰ উচিত ফল পাইছোঁ�� কিন্তু এইজনে একো অনুচিত কর্ম কৰা নাই��"
42 পাছত তেওঁ ক’লে, "হে যীচু, আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে, মোকো সুৱঁৰিব।" 43 যীচুৱে তেওঁক ক’লে, "মই তোমাক স্বৰূপকৈ কওঁ, তুমি আজিয়েই পৰমদেশত মোৰ সঙ্গী হবা।"