10 তেতিয়া লোক সকলে যোহনক সুধিলে, "তেনেহলে আমি এতিয়া কি কৰিব লাগিব?" 11 তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, "যদি কাৰোবাৰ দুটা চোলা আছে, তেনেহলে যাৰ নাই তেওঁক এটা চোলা দিয়ক আৰু যাৰ খোৱা বস্তু আছে, তেৱোঁ সেইদৰে কৰক।"
Publicidade