12 তেতিয়া কেইজনমান কৰ সংগ্রহকাৰীয়ো বাপ্তিস্ম লবৰ বাবে আহিল। তেওঁলোকে তেওঁক সুধিলে, "হে গুৰু, আমি কি কৰিব লাগে?" 13 তেওঁ সেই লোক সকলক ক’লে, "যিমান কৰ আদায় কৰিব লাগে তাতকৈ অধিক ধন নলব।"
Publicidade
লূকে লিখা শুভবার্তা 3:12,13
Estes versículos te tocaram? Ore agora!
+581 estão orando agora.
Junte-se à corrente de oração.