Pular para o conteúdo
Publicidade

লূকে লিখা শুভবার্তা 5:27,28

যীচুৱে লেবীক আহ্বান কৰা

27 এই ঘটনাৰ পাছত, যীচু তাৰ পৰা বাহিৰলৈ ওলাই গ’ল আৰু কৰ আদায় কৰা ঠাইত লেবী নামৰ এজন কৰ-সংগ্রহক বহি থকা দেখি তেওঁক ক’লে, "মোৰ পাছে পাছে আহা।" 28 তাতে লেবী উঠিল আৰু সকলো এৰি যীচুৰ অনুগামী হ’ল।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.