47 এই হেতুকে মই তোমাক কওঁ, তেওঁৰ পাপ বহুত হোৱাতো ক্ষমা কৰা হ’ল, কিয়নো তেওঁ অধিক প্ৰেম কৰিলে; কিন্তু যি জনৰ অলপ ক্ষমা হয়, তেওঁক অলপ প্ৰেম কৰে।" 48 পাছত তেওঁ সেই তিৰোতাক ক’লে, "তোমাৰ পাপ ক্ষমা হ’ল।"
Publicidade
লূকে লিখা শুভবার্তা 7
Estes versículos te tocaram? Ore agora!
+581 estão orando agora.
Junte-se à corrente de oração.