বাৰ জন পাঁচনিক আদেশ দি পঠিওৱা
1 পাছত 9:1 মথি 10; মার্ক 6:7-13যীচুৱে তেওঁৰ বাৰ জন পাঁচনিক একেলগে মাতি সকলো ভূতৰ ওপৰত ক্ষমতা আৰু ৰোগ সুস্থ কৰিবলৈকো শক্তি আৰু ক্ষমতা দিলে৷

+581 estão orando agora.
Junte-se à corrente de oração.