শিষ্য সকলক দৰ্শন দিয়া, আৰু শেষ আজ্ঞা
9 সপ্তাহৰ প্ৰথম দিনৰ ৰাতিপুৱা, যীচু পুনৰুত্থিত হোৱাৰ পাছত; যি গৰাকীৰ পৰা তেওঁ সাতোটা ভূত খেদাইছিল, সেই মগ্দলীনী মৰিয়মক তেওঁ প্ৰথমতে দেখা দিলে।

+581 estão orando agora.
Junte-se à corrente de oração.