Pular para o conteúdo
Publicidade

মীখা 7:18,19

18 পাপ ক্ষমা কৰা,

আৰু নিজৰ আধিপত্যৰ অৱশিষ্ট ভাগৰ অপৰাধ এৰি দিয়া,

এনে আপোনাৰ দৰে ঈশ্বৰ কোন আছে?

আপুনি আপোনাৰ ক্রোধ চিৰকাললৈকে ধৰি নাৰাখে,

কাৰণ আপুনি আপোনাৰ নিৰ্ভৰযোগ্য চুক্তি আমাক দেখুৱাবলৈ ভাল পায়।

19 আপুনি পুনৰ আমাক দয়া কৰিব,

আমাৰ অপৰাধবোৰ আপোনাৰ ভৰিৰে গচকিব;

আপুনি আমাৰ সকলো পাপ গভীৰ সমুদ্ৰত পেলাই দিব।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.