Pular para o conteúdo
Publicidade

ৰোমীয়া সকলৰ প্ৰতি পত্ৰ 10:8,9

8 কিন্তু ই কি কয়?

"সেই বাক্য তোমাৰ ওচৰত,

তোমাৰ মুখত আৰু তোমাৰ হৃদয়তে আছে৷"

সেয়ে আমি ঘোষণা কৰা বিশ্বাসৰ বাক্য৷ 9 কিয়নো আপুনি যদি নিজ মুখেৰে যীচুক প্ৰভু বুলি স্বীকাৰ কৰে10:9 মথি 10:32, 33 আৰু ঈশ্বৰে যে তেওঁক মৃত লোকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰে, তেনেহলে পৰিত্ৰাণ পাব।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.