Pular para o conteúdo
Publicidade

ৰোমীয়া সকলৰ প্ৰতি পত্ৰ 11:33-35

33 ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে গভীৰ! তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য! আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য!

34 "কিয়নো প্ৰভুৰ মন কোনে জানিলে?

আৰু তেওঁৰ মন্ত্ৰণাকাৰীয়ে বা কোন হ’ল?

35 নতুবা কোনে ঈশ্বৰলৈ আগেয়ে দিলে

যে, তাৰ বাবে তেওঁক প্ৰতিদান কৰিব লাগে?"

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.