20 "কিন্তু যদি তোমাৰ শত্ৰুৰ ভোক লাগে, তেনেহলে তেওঁক ভোজন কৰোঁৱা;
যদি তেওঁৰ পিয়াহ লাগে, তেনেহলে জল পান কৰোঁৱা;
তেনে কৰিলে তেওঁৰ মূৰত জ্বলি থকা আঙঠা দ’ম কৰি থবা"।12:20 হিতো 25:21, 22
21 কুকৰ্মৰ দ্বাৰাই পৰাজিত নহৈ, ভাল কৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰক।12:21 হিতো 16:32; লূক 6:35, 36