11 কাৰণ এনেকৈ লিখা আছে, 14:11 যিচ 45:23৷ প্ৰভুৱে কৈছে,
"মোৰ জীৱনৰে শপত, প্ৰভুৱে যে কৈছে, সকলোৱে মোৰ আগত আঁঠু ল’ব,
আৰু প্ৰত্যেক জিভাই ঈশ্বৰৰ গৌৰৱ কৰিব।"
12 এনেদৰে আমি প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাব দিব লাগিব।

+581 estão orando agora.
Junte-se à corrente de oração.