2 হে মোৰ ভাইসকল, আপোনালোকে যেতিয়া নানা বিধ পৰীক্ষাত পৰে, তেতিয়া সেই বিষয়ক অতি আনন্দৰ বিষয় বুলি মানিব;1:2 মথি 5:11, 12; 1 পি 4:13-16৷ 3 কিয়নো আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহন ক্ষমতা জন্মায়, 1:3 ৰো 5:3-5৷ সেই বিষয়ে আপোনালোকে জানে।