8 যদিহে বিধান-শাস্ত্ৰ2:8 বা পুস্তক সমূহত লিখাৰ দৰে, "তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা", 2:8 লে 19:18; মথি 22:39৷ এই ৰাজকীয় বিধান যদি আপোনালোকে সিদ্ধ কৰে, তেনেহলে আপোনালোকে ভাল কৰিছে;