11 চাওক, যি সকলে সহন কৰে, তেওঁলোকক আমি ধন্য বুলি কওঁ। ইয়োবৰ সহনৰ বিষয়ে আপোনালোকে শুনিছে5:11 ইয় 1:21; 2:10 আৰু প্ৰভুৰ কাৰ্যৰো শেষ5:11 ইয় 42:10-17 দেখিলে যে, প্ৰভু অতি স্নেহৱান আৰু দয়ালু।