6 তেতিয়া তেওঁ উত্তৰ দি মোক এই কথা ক’লে, "জৰুব্বাবিললৈ অহা যিহোৱাৰ বাক্য এই,
‘শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয়, কিন্তু মোৰ আত্মাৰ দ্বাৰাইহে,’
ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।"