54 পাছত যেতিয়া এই ক্ষয়ৰ দেহাই অক্ষয়তাক আৰু এই মৃত্যুৰ দেহাই অমৰতাক পিন্ধিব, তেতিয়া এই যি কথা লিখা আছে, বোলে-
"জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ’ল, সেয়ে সিদ্ধ হ’ব"
55 "হে মৃত্যু, তোমাৰ জয় ক’ত?
হে মৃত্যু, তোমাৰ হুল ক’ত?"

+581 estão orando agora.
Junte-se à corrente de oração.