10 এতিয়া বিবাহিত লোক সকলক মই এই আজ্ঞা দিওঁ - অৱশ্যে মই নহয়, এই আজ্ঞা প্ৰভুৰেই, "কোনো ভাৰ্যাই যেন স্বামীক পৰিত্যাগ নকৰে।" 11 কিন্তু যদি তেওঁ স্বামীক এৰি গুছি যায়, তেনেহলে তেওঁ বিয়া নকৰাকৈ থকা উচিত অথবা তেওঁ যেন স্বামীৰ সৈতে মিলন হওক; — আৰু "স্বামীয়েও নিজ ভাৰ্যাক পৰিত্যাগ নকৰক"।
Publicidade