বিশ্বাসৰ জয়
1 যীচু যে সেই অভিষিক্ত 5:1 অভিষিক্ত খ্ৰীষ্টহয়, ইয়াক যিজনে বিশ্বাস কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা; আৰু যিজনে জন্ম দিওঁতা পিতৃক প্ৰেম কৰে, তেওঁ পিতৃৰ পৰা জন্ম পোৱা জনকো প্ৰেম কৰে।