30 তেতিয়া এলিয়াই লোকসকলক ক’লে, "মোৰ ওচৰলৈ আহাঁ", আৰু সকলো লোক তেওঁৰ ওচৰলৈ গ’ল। তেতিয়া তেওঁ যিহোৱাৰ সেই ভগা যজ্ঞ-বেদী মেৰামতি কৰিলে।