যোচিয়াই নিস্তাৰ-পৰ্ব্ব পালন কৰা। মিচৰৰ ৰজাৰ লগত তেওঁৰ যুদ্ধ। তেওঁৰ মৃত্যু।
1 পাছত যোচিয়াই যিৰূচালেমত যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিলে; আৰু লোকসকলে প্ৰথম মাহৰ চতুৰ্দ্দশ দিনত নিস্তাৰ-পৰ্ব্বৰ ভেড়া বলি দিলে।