ইস্রায়েলৰ উদ্ধাৰ
11 যিহোৱাই কৈছে, "সেই দিনা মই দায়ুদৰ পৰি যোৱা পঁজাটো পুনৰায় তুলিম;
মই তাৰ ভাঙি যোৱা ফাটবোৰ মেৰামতি কৰিম,
ধ্বংসস্থানবোৰ ঠিক কৰিম,
তাক আগৰ নিচিনাকৈ পুনৰায় গঢ়িম;
11 যিহোৱাই কৈছে, "সেই দিনা মই দায়ুদৰ পৰি যোৱা পঁজাটো পুনৰায় তুলিম;
মই তাৰ ভাঙি যোৱা ফাটবোৰ মেৰামতি কৰিম,
ধ্বংসস্থানবোৰ ঠিক কৰিম,
তাক আগৰ নিচিনাকৈ পুনৰায় গঢ়িম;
+581 estão orando agora.
Junte-se à corrente de oração.